18 C
Guwahati
Thursday, January 20, 2022
More

    ২৬ টা বছৰৰ অন্তত ভাৰতলৈ প্ৰত্যাৱৰ্তন এসময়ৰ অতিকে জনপ্ৰিয় বাইক – Yezdi

    ভাৰতলৈ পুনৰ আগমন ঘটিছে ২৬ বছৰৰ পূৰ্বে দেশৰ ৰাজপথত দপদপাই থকা এখন বাইক। যুৱপ্ৰজন্মৰ বাবে সুখবৰ হৈ আহি আজি ১৩ জানুৱাৰী তাৰিখে পুনৰ ভাৰতীয় বজাৰত মুকলি কৰা হয় Yezdi বাইক।

    সদ্যহতে ভাৰতত এই বাইকৰ তিনিটা সংস্কৰণ মুকলি কৰা হৈছে। এই কেইটা হৈছে Yezdi Adventure, Yezdi Scrambler, Yezdi Roadstar.

    ভাৰতীয় বজাৰত বাইক তিনিখনৰ প্ৰাৰম্ভিক মূল্য ক্ৰমে –
    এডভেঞ্চাৰ – ১৯৮,১৪২
    স্ক্ৰেম্বলাৰ – ২০৪,৯০০
    ৰোডষ্টাৰ- ২০৯,৯০০ টকা।

    তিনিওখন বাইকৰ ইঞ্জিন একে যদিও শক্তি তিনিওখনৰে বেলেগ বেলেগ। দুচকীয়া বাহনৰ বজাৰত ৰয়েল এনফিল্ড বাইকক সম্পূৰ্ণ প্ৰত্যাহ্বান জনাব বুলি আশা য়েজডীয়ে।

    আৰু পঢ়ক : পয়লাপুল নবোদয় বিদ্যালয়ক কনটেইনমেন্ট জোন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং