26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিউজিলেণ্ডে ৰচিলে ইতিহাস! টিম ইণ্ডিয়াক পৰাস্ত কৰি জয় লাভ কৰিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত

    নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত । টিম ইণ্ডিয়াক ৮ টা উইকেটত হৰুৱাই নিউজিলেণ্ডে ৰচিলে ইতিহাস। ১৩৯ ৰাণ বিজয় লক্ষ্য আগত লৈ খেলৰ অন্তিম দিনা মাত্ৰ দুটা উইকেট হেৰুৱাই বিজয় অৰ্জন‌ কৰে নিউজিলেণ্ডে।

    উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ প্ৰথম নিউজিলেণ্ডে জিকিছে। খেলৰ অন্তিম দিনা ভাৰতে ১৭০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তাৰপিছত নিউজিলেণ্ডে ২ উইকেটৰ বিনিময়ত লাভ কৰে ১৩৯ ৰাণ। প্ৰথম ইনিংছত ইণ্ডিয়াই ২১৭ ৰাণ কৰাৰ বিপৰীতে নিউজিলেণ্ডে সংগ্ৰহ কৰে ২৪৯ ৰাণ।

    বুধবাৰে টিম ইণ্ডিয়াই ২ টা উইকেটৰ বিনিময়ত তেওঁলোকৰ ৬৪ ৰাণত ইনিংছ আৰম্ভ কৰে। টিম ইণ্ডিয়াৰ কোনোৱে দুয়োটা ইনিংছত অৰ্ধশতাধিক অৰ্জন কৰিব নোৱাৰিলে।

    আৰু পঢ়ক : ১৫টাতকৈ অধিক হত্যাকাণ্ড, ডেৰ কুৰিৰো অধিক অপহৰণ, ডকাইতিৰ গোচৰত অভিযুক্ত বুবু কোঁৱৰ আৰক্ষীৰে সংঘৰ্ষত নিহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং