33 C
Guwahati
Saturday, October 16, 2021
More

    অতিকে ভয়ংকৰ বনজুই, যি ঠাইত আছে বিশ্বৰ সবাতোকৈ বৃহৎগছজোপা, ৰক্ষাৰ বাবে উঠিপৰি লাগিছে সকলো

    অতিকে ভয়ংকৰ বনজুই, যি ঠাইত আছে বিশ্বৰ সবাতোকৈ বৃহৎগছজোপা, ৰক্ষাৰ বাবে উঠিপৰি লাগিছে সকলো

    ভয়ংকৰ বনজুইৰ কবলত পৰিছে কেলিফৰ্ণিয়া । যি ঠাইত আছে বিশ্বৰ সবাতোকৈ বৃহৎ গছজোপা। যাৰ বাবে বৰ্তমানে দেশখনৰ প্ৰশাসন উঠিপৰি লাগিছে সকলো ৰক্ষাৰ বাবে।

    পাৰ্যমানে উদ্ধাৰকাৰী দল নামি পৰিছে উদ্ধাৰ অভিযানত। অগ্নিনিৰ্বাপক বাহিনীয়ে অহৰহ ব্যস্ত আছে বিশ্বৰ সবাতোকৈ বৃহৎ গছজোপা ৰক্ষাৰ বাবে যাৰ বয়স প্ৰায় ২৫০০ বছৰ।

    গছজোপাৰ চাৰিওফালে এক সুৰক্ষা বেষ্টনি গঢ়ি তুলিছে। লগতে গছজোপাৰ গা-গছ অংশ এলুমিনিয়ামৰ ৰেপৰে এক কম্বলৰ দৰে মেৰিয়াই তোলা হৈছে। যাতে জুইয়ে আগুৰি নধৰে গছজোপা।

    বিগত কেইবাদিনো ধৰি এই ভয়ংকৰ বনজুইৰ কবলত আমেৰিকাৰ এইখন ঠাইত। বহু একৰ ভুমিত জুইয়ে কালৰূপ ধাৰণ কৰিছে। ১৪ আগষ্টৰ পৰা আৰম্ভ হৈছে এই বনজুইৰ।

    আৰু পঢ়ক : বিশ্বকৰ্মা পূজাৰ মাজতে অঘটন, গা ধুবলৈ গৈ নৈত সন্ধানহীন এজন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং