14 C
Guwahati
Friday, January 21, 2022
More

    কাজিৰঙাৰ গেলেকিত বিদ্যুৎপৃষ্ট হৈ বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ কৰুণ মৃত্যু

    কাজিৰঙাৰ গেলেকিত বিদ্যুৎপৃষ্ট হৈ বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ কৰুণ মৃত্যু

    কাজিৰঙাৰ গেলেকিত বিদ্যুৎপৃষ্ট হৈ এজন অস্থায়ী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মৃত্যু মুখত পৰিবলগীয়া হয়।

    মৃত হোৱা বিদ্যুত বিভাগৰ কৰ্মচাৰী গৰাকীৰ নাম প্ৰনৱজ্যোতি বৰুৱা বুলি জানিব পৰা গৈছে।

    মৃত প্ৰণৱজ্যোতি বৰুৱাই বিগত ৪ বছৰ ধৰি গেলেকি অঞ্চলত বিদ্যুৎ বিভাগৰ অধীনত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মত নিয়োজিত আছিল।

    মৃত বৰুৱাই সন্ধিয়াৰ ভাগত গেলেকি অঞ্চলত বিদ্যুৎ বিকল হোৱত গেলেকি চাৰিআলি সমীপৰ ট্ৰেঞ্চফৰ্মাৰত কাম কৰি থকাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়।

    ঘটনাৰ সময়ত বিভাগৰ লাইনমেনক অৱগত নকৰাকৈ বিদ্যুৎ অৱ্যাহত হৈ থকাৰ সময়তে কাম কৰাৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি বিদ্যুত বিভাগৰ তৰফৰ পৰা জানিব দিয়ে।

    স্থানীয় লোকে বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই এই শোকাৱহ ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰে।

    ইনপুট- পপী শইকীয়া

    আৰু পঢ়ক : ৰাজ্যপতিৰ স্বাক্ষৰ, আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ হ’ল তিনিখন কৃষি আইন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং