29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চোৰাং কাঠ মাফিয়া মিঞাবাবু আটক; লগতে জব্দ চোৰাং কাঠভৰ্তি বাহন

    আৰক্ষীৰ অভিযানত বন মাফিয়া মিঞাবাবুসহ আটক কৰে আন তিনি সহযোগীক। ধৃত ৩ সহযোগী ক্ৰমে হাফিজুল ৰহমান, হাকিম আলী আৰু হাফিজ শ্বেখ

    চোৰাং কাঠ মাফিয়া মিঞাবাবু আটক কৰে আৰক্ষীয়ে। চোৰাং কাঠ ভৰ্তি বাহনসহ আটক কৰে বন মাফিয়া মিঞাবাবুক।

    পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াই শনিবাৰে আটক কৰে বন মাফিয়াজনক।

    আৰক্ষীৰ অভিযানত বন মাফিয়া মিঞাবাবুসহ আটক কৰে আন তিনি সহযোগীক।

    ধৃত ৩ সহযোগী ক্ৰমে হাফিজুল ৰহমান, হাকিম আলী আৰু হাফিজ শ্বেখ।

    জব্দ কাঠ ভৰ্তি বলেৰ’ বাহনখনৰ নম্বৰ AS 17 B – 9418। আটকাধীন চোৰাং কাঠ মাফিয়া কেইজন সম্প্ৰতি বগৰীবাৰী আৰক্ষীৰ জিম্মাত আছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।