
দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। নগাঁৱৰ জুৰীয়াত শনিবাৰে নিশা হাত ভৰি বান্ধি দুৰ্বৃত্তই জ্বলাই দিলে এগৰাকী মহিলাক। জুৰীয়াৰ ধিংগাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনা।
নাৰগিছ চুলতানা নামৰ মহিলাগৰাকীক ওপৰত চলাই এই অমানুষিক অত্যাচাৰ। সংকটজনক অৱস্থাত অগ্নিদগ্ধ মহিলাগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও আজি GMCHত মৃত্যু হয় মহিলাগৰাকীৰ।
Photo credit: dy365.in