28 C
Guwahati
Saturday, September 18, 2021
More

    ৰাজ্যক ব্যাপক ভাৱে চলিছে দেহ ব্যৱসায়! ফটো দেখুৱাই চলে দাম দৰ, আৰক্ষীয়ে হাতে লোটে ধৰিলে ব্যৱসায়ত জড়িত এজনক

    ৰাজ্যক ব্যাপক ভাৱে চলিছে দেহ ব্যৱসায়! ফটো দেখুৱাই চলে দাম দৰ, আৰক্ষীয়ে হাতে লোটে ধৰিলে ব্যৱসায়ত জড়িত এজনক

    ৰাজ্যক ব্যাপক ভাৱে চলিছে দেহ ব্যৱসায়! ফটো দেখুৱাই চলে দাম দৰ, আৰক্ষীয়ে হাতে লোটে ধৰিলে ব্যৱসায়ত জড়িত এজনক। দেহ ব্যৱসায় ঘাটি লৈ পৰিণত হৈ পৰিছে গুৱাহাটী মহানগৰ ৷

    সুন্দৰী যুৱতী নামিছে দেহ ব্যৱসায়ত ৷ ফটো দেখুৱাই সুন্দৰী যুৱতীৰ দাম দৰ চলে৷ কেন্দ্ৰীয় কাৰাগাৰৰ কাষৰে এটা বাসগৃহত ৰাইজে হাতে লোটে ধৰিলে দেহ ব্যৱসায় লগত জড়িত এগৰাকী মহিলাক ৷

    বছৰ বছৰ ধৰি মমি দেৱী নামৰ মহিলা এগৰাকীয়ে বাসগৃহটোত দেহ ব্যৱসায় চলাই আহিছিল৷ কেৱল একৰ পৰা দুই ঘণ্টাৰ বিনিময়ত লয় ৩ হাজাৰৰ পৰা ৩৫০০ টকা লৈ ৷

    আজি এটা কোঠালিত এজন যুৱকৰ সৈতে এগৰাকী মহিলাই অসংযত ভাৱে থকা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ আৰক্ষী তথা সাধাৰণ লোকৰ চকুৰ সন্মুখতে এইবোৰ অসামাজিক কাম কাজ চলি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

    বহু পৰিয়াল ধ্বংস কৰিছে এই বাসগৃহত চলা অসামাজিক কাৰ্যকলাপে ৷ৰাইজৰ অভিযোগ বহু যুৱক যুৱতী অহা যোৱা কৰে মমী দেৱী নামৰ মহিলা গৰাকী ঘৰলৈ।

    আৰু পঢ়ক : অসম-মিজোৰাম সীমা বিবাদ, প্ৰধান মন্ত্ৰীৰ উপস্থিতিত সৰ্বদলীয় বৈঠকৰ দাবীৰে গৃহ মন্ত্ৰীলৈ পত্ৰ ৰিপুন বৰাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং