28 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    যি কামৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল, সেই কাম নিজেই ধ্বংস কৰি পেলালে মহিলাই, ২৮ বছৰৰ অন্তত ল’লে বিশেষ সিদ্ধান্ত

    যি কামৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল, সেই কাম নিজেই ধ্বংস কৰি পেলালে মহিলাই, ২৮ বছৰৰ অন্তত ল’লে বিশেষ সিদ্ধান্ত

    গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ বাবে মানুহে জীৱনতো বহু কিবা কিবি অসম্ভৱক সম্ভৱ কৰি তোলে। আনে ভাৱিব নোৱাৰা কাম অতি সহজে কৰি পেলাই। তেনেই এগৰাকী মহিলা হৈছে আমেৰিকাৰ টেক্সাচৰ আয়ানা ৱিলিয়াম। যিয়ে ২৮ বছৰ ধৰি নিজৰ নখ দীঘল কৰি গীনিড ৱৰ্ল্ডত নিজৰ নাম লিপিৱদ্ধ কৰিছিল।

    পিছে অৱশেষত ২৮ টা বছৰৰ অন্তত ল’লে এক বিশেষ সিদ্ধান্ত। যি কাম কৰি পৰিচিত হৈ পৰিছিল, সেই ৭৩৩.৫৫ চেণ্টিমিটাৰৰ নখ অৱশেষত কাটি পেলাই। গীনিজ ৱৰ্ড ৰেকৰ্ডৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এক ভিডিঅ সদৰি কৰিছে সেই নখ কটাৰ।

    এক বিশেষ টুল ব্যৱহাৰ কৰি সেই দীঘল নখ কাটি পেলালে অয়ানা ৱিলিয়ামে।

    আৰু পঢ়ক : বিশ্বাস অবিশ্বাসৰ দোমোজাত- বয়স ১০ বছৰ, কিন্তু মাহিলী উপাৰ্জন ১৮ কোটি টকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং