32 C
Guwahati
Thursday, September 16, 2021
More

    আচৰিত! নাছিল কোনো লক্ষ্যণ, ২মাহতে সন্তান জন্ম দিলে ২০ বছৰীয়া এগৰাকী মহিলাই

    আচৰিত! নাছিল কোনো লক্ষ্যণ, ২মাহতে সন্তান জন্ম দিলে ২০ বছৰীয়া এগৰাকী মহিলাই

    বহুসময়ত কিছুমান মহিলাৰ কোনো কাৰণত সময়তকৈ আগতে প্ৰসৱ হোৱা দেখা যায়। কিন্তু ইংলেণ্ডৰ নৰফোল্কৰ এগৰাকী মহিলাই গৰ্ভৱতী হোৱাৰ দুই মাহতে সন্তান জন্ম দিয়ে।

    মাতৃ আৰু সন্তান ঠিকেই আছে।এই ঘটনাক লৈ চিকিৎসকো কিছু আচৰিত হৈছে কিয়নো সাধাৰণতে ৯ মাহত সন্তান প্ৰসৱ হয়।

    ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ২০ বছৰীয়া এৰিন হগে ১০ আগষ্টত তীব্ৰ বিষ অনুভৱ কৰে। তাৰ পিছতেই তেওঁ হস্পাতাললৈ যায় আৰু চিকিৎসকে কয় যে তেওঁ গৰ্ভৱতী।

    হস্পাতালৰ পৰা অহাৰ এদিন পিছতেই মহিলাই গৰাকীৰ পুনৰ বিষ অনুভৱ হয় আৰু চিকিৎসক অহাৰ পিছত তেওঁ এটি সন্তান জন্ম দিয়ে।

    উল্লেখ্য যে, প্ৰায় ১৫ মাহ পূৰ্বে এৰিনে এটি সন্তান জন্ম দিছিল।তাৰ পিছত তেওঁ ভবাই নাছিল যে পুনৰ গৰ্ভৱতী হ’ব।আৰু তেওঁ কোনো ধৰণৰ লক্ষ্যনো দেখা দিয়া নাছিল।

    আৰু পঢ়ক : ৬১ বছৰীয়া আইতাই বিয়াত বহিল ২৪ বছৰীয়া যুৱকৰ সৈতে, যৌন জীৱনৰ বিষয়ে ক’লে……

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং