26 C
Guwahati
Monday, September 26, 2022
More

    বিহালীত বন্যহস্তীৰ ত্ৰাস, ১৫টাকৈ পৰিয়ালৰ বাসগৃহ লণ্ড-ভণ্ড

    বনবিভাগৰ কেম্পত খবৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগৰ লোকে।

    ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত। বিহালীত কেইবাদিনো ধৰি কেইবাটাও অঞ্চলৰ বাসগৃহৰ ক্ষতিসাধন কৰিছে বন্যহস্তীৰ জাকে। বাসগৃহৰ লগতে ধ্বংস কৰিছে মানুহৰ খেতি-পথাৰো।

    মঙলবাৰে নিশা বিহালী বৰজাৰণীৰ টেঙাৱাৰীত এটা বন্যহস্তীৰ জাকে ১৫টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে। ইতিমধ্যে আঢ়ৈ কিলোমিটাৰ নিলগত থকা বনবিভাগৰ কেম্পত খবৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগৰ লোকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং