26 C
Guwahati
Saturday, December 4, 2021
More

    ছেনিটাৰী নেপকিনত ড্ৰাগছ অনা কোন সেই সুন্দৰী যি শ্বাহৰুখৰ পুত্ৰৰ সৈতে একেলগে হৈছে গ্ৰেপ্তাৰ

    ছেনিটাৰী নেপকিনত ড্ৰাগছ অনা কোন সেই সুন্দৰী যি শ্বাহৰুখৰ পুত্ৰৰ সৈতে একেলগে হৈছে গ্ৰেপ্তাৰ

    মুম্বাই পৰা গোৱা যোৱা বিলাসী জাহাজত মুম্বাই এন চি বিয়ে হঠাতে চলোৱা তালাচীত যেন মুম্বাই মায়ানগৰীয়েই তোলপাৰ লাগি যায়। সকলোৰে ভিতৰত বিশেষ চৰ্চা লাভ শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ।

    আৰিয়ানৰ পিছতে চৰ্চা লাভ কৰিছে আন এগৰাকী সুন্দৰী যুৱতীয়ে। যি সুন্দৰী যুৱতীয়ে বিলাসী ক্ৰুজ জাহাজ খনত ছেনিটাৰী নেপকিনত ভৰাই লৈ গৈছিল ড্ৰাগছ।

    লাভ কৰা তথ্য অনুসৰি কেৱল ছেনিটাৰী নেপকিনতেই নহয়, পিন্ধি থকা সাজৰ ভিতৰত, লৈ যোৱা বেগত, লগতে অন্তৰ্বাসৰ ভিতৰতো লৈ গৈছিল ড্ৰাগছ। সেই সুন্দৰী যুৱতী হৈছে নুপুৰ চাৰিকা।

    নুপুৰক মোহক নামৰ এজনে ড্ৰাগছৰ যোগান ধৰিছিল। নেপকিনতেই ড্ৰাগছ ভৰাই জাহাজত প্ৰৱেশ কৰিছিল নুপুৰ। পেছাত নুপুৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। লগতে দিল্লীত এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপেও কাম কৰে।

    নুপুৰৰ বাদে গ্ৰেপ্তাৰ হোৱা আন সুন্দৰী হৈছে মুনমুন ধনেশা, যিয়ে দিল্লীত থাকি মডেল হিচাপে কাম কৰে। মুনমুনৰ ইষ্টাগ্ৰাম একাউণ্টত বহু ফটো দেখা যায় ৰেম্পৱাকৰ।

    আৰু পঢ়ক : আয়তকৈ বিশাল সম্পত্তিৰ মালিক, গ্ৰেপ্তাৰ নিলম্বিত DIG ৰৌনক আলি হাজৰিকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং