হঠাৎ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ পানী, বন্ধ হ’ল মাজুলী-নিমাতি ঘাটৰ ফেৰী চলাচল

0
502
প্ৰতীকি ফটো
  • মাজুলী-নিমাতি ঘাটৰ মাজত সকলো ধৰণৰ ফেৰীৰ চলাচল বন্ধ।
  • জলপৃষ্ঠ বৃদ্ধি বাবে আভ্যন্তৰীণ জলপৰিৱহন বিভাগৰ তাৎক্ষণিক সিদ্ধান্ত।
  • নিশাৰ ভিতৰতে অভাৱনীয় হাৰত বৃদ্ধি পালে ব্ৰহ্মপুত্ৰৰ পানী।
  • হঠাৎ পানী বাঢ়ি অহাৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই।