29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে ল’লে কৰ’ণা ভেকচিনৰ প্ৰথমটো ড’জ

    ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে ল’লে কৰ’ণা ভেকচিনৰ প্ৰথমটো ড’জ। কোহলিয়ে তেওঁৰ ছ’চিয়েল মিডিয়াত ভেকচিন লোৱা ফটো শ্বেয়াৰ কৰিছে।

    ভেকচিন লোৱাৰ লগতে কোহলিয়ে দেশবাসীক এক বিশেষ বাৰ্তা ও দিয়ে। কোহলিয়ে সমগ্ৰ দেশবাসীক অনুৰোধ জনাই সকলোৱে যাতে কৰ’ণা ভেকচিন লোৱাৰ বাবে চেষ্টা কৰে আৰু সুৰক্ষিত থাকে ্্। । উল্লেখ্য যে কোহলিৰ আগতে ভাৰতীয় ক্ৰিকেটৰ শিখৰ ধৱনৰ লগতে আন বহুজনে কৰ’ণা ভেকচিন লয়।

    প্ৰতিগৰাকী খেলুৱৈ কৰ’ণা ভেকচিন লোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি জনতাক বিশেষ আহ্বান জনাইছে।

    উল্লেখ্য যে, কৰ’ণা ভাইৰাছৰ সময়ত বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই এক বিশেষ অভিযান আৰম্ভ কৰিছে। বিৰাট আৰু অনুষ্কাই ইতিমধ্যে কৰ’ণাৰ বিৰুদ্ধে যুঁজক লৈ ২ কোটি টকা দান কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং