কুকুৰ বুলি আনিলে ঘৰলৈ, পিছত ওলাই পৰিল ৰহস্য, হতবাক যুৱক…

0
7220
কুকুৰ বুলি আনিলে ঘৰলৈ, পিছত ওলাই পৰিল ৰহস্য, হতবাক যুৱক...

কুকুৰ বুলি আনিলে ঘৰলৈ, পিছত ওলাই পৰিল ৰহস্য, হতবাক যুৱক…

কুকুৰক সদায় প্ৰভুভক্ত বুলি কোৱা হয়। বহুতেই নিজৰ নিসংগতা দুৰ কৰিবলৈ কুকুৰৰ লগত বন্ধুত্ব কৰে।কিন্তু কুকুৰ লগত ৰাখিয়েই বিপদত পৰে এজন যুৱক।

এই ঘটনা চীনৰ। এজন যুৱকে নিজৰ নিসংগতা দুৰ কৰিবৰ বাবে কুকুৰ ৰখাৰ সিদ্ধান্ত লয়।কিন্তু কুকুৰ বুলি ৰখা জন্তুটো পিছত আন জীৱহে ওলাই ।জানিব পৰা মতে যুৱকজনে কুকুৰ পুহিবলৈ আৰম্ভ কৰে।

লাহে লাহে কুকুৰটো ডাঙৰ হ’বলৈ ধৰে।কিন্তু যুৱকজনে অনুভৱ কৰিবলৈ ল’লে যে সেইটো কুকুৰ নহয়, অন্য কিবাহে। কুকুৰ বুলি ঘৰলৈ অনা জন্তুটোৱে কুকুৰৰ দৰে নুভুকে আৰু খোজও নাকাঢ়ে.

জন্তুটোৰ বিষয়ে ভালদৰে জানিবললৈ তেওঁ ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে।যেতিয়া তেওঁ ফটো শ্বেয়াৰ কৰে তেতিয়াহে প্ৰকৃত সত্য পোহৰলৈ আহে।তেওঁ জানিবলৈ পাই যে কুকুৰ বুলি ঘৰলৈ অনা জন্তুটো আছলতে এটা নিগনিহে।নিগনিটো হুবহু কুকুৰৰ দৰে দেখিবলৈ।কুকুৰৰ দৰে দেখাত নিগনিটোত বৈম্মু ৰেট বুলি কোৱা হয়।এই নিগনি কেৱল চীনতহে পোৱা যায়।

আৰু পঢ়ক : প্ৰেম, ধন সম্পত্তি… কি বিশেষ আছে আজিৰ দিনটোত, চাওক ৰাশিফল…