ইণ্টাৰনেটত ধুমুহা, এটা ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ…

0
2550
ইণ্টাৰনেটত ধুমুহা, এটা ভিডিঅ'ই দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ...

ইণ্টাৰনেটত ধুমুহা, এটা ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ…

সামাজিক মাধ্যমত একপ্ৰকাৰ ধুমুহা আনিছে এটা নৃত্যৰ ভিডিঅ’ই । যি ভিডিঅই দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ। কিন্তু একেবাৰে সাধাৰণ সেই ভিডিঅ’।

এগৰাকী মহিলাই নৃত্য কৰিছে। অৱশ্যে সেই নৃত্যুৰ ষ্টেপবোৰ কোনো সাধৰাণ নহয়। বহু পাকৈত পাকৈত নৃত্য শিল্পীয়েও ভালকৈ কৰিব নোৱাৰা ষ্টেপ কৰি দিখুৱাইছে মহিলাগৰাকীয়ে।

সেই ষ্টেপবোৰ হৈছে ভাৰতীয় ছবিজগতৰ অন্যতম অভিনেতা তথা নৃতশৈলীত পাকৈত ঋত্ত্বিক ৰোছনৰ। সেই ঋত্ত্বিক ৰোছনৰে নৃ্ত্যৰ ষ্টেপ ফ’ল’ কৰিছে মহিলাগৰাকীয়ে।

ঋত্ত্বিকৰ অতিকে জনপ্ৰিয় ষ্টেপ ‘এক পল কা জীনা ‘ কৰি দেখুৱাই। এখন কাপোৰৰ দোকানত এগৰাকী সাধাৰণ পোছাকত থকা মহিলাই এই নৃত্য কৰি দেখুৱাই । যি নৃত্য দেখি সকলোৱে আচৰিত হৈ পৰে।

সেই নৃত্যৰে ভিডিঅ সামাজিক মাধ্যমত বিগত কেইবাদিনো ধৰি ভাইৰেল হৈ আছে। সকলোৱে মহিলাগৰাকীৰ নৃত্য দেখি আপ্লুত হৈ পৰিছে। লগতে বহু লোকেই প্ৰশংসা কৰিছে সেই নৃত্যৰ।

View this post on Instagram

A post shared by MEMES KI DUKAN 🔥 (@memecentral.teb)

আৰু পঢ়ক : অঘটন, পবিত্ৰ ৰমজানৰ প্ৰথমটো নিশাতে ইফটাৰ কৰি উঠি অগ্নিদগ্ধ মহিলা, মৃত্যুৰে যুঁজিছে হাস্পতালত