জামিন লাভ কৰিলে ভিক্টৰ দাসে! গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

0
5517

জামিন লাভ কৰিলে ভিক্টৰ দাসে! গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

জামিল লাভ কৰিলে ভিক্টৰ দাসে। ২৯ ছেপ্তেম্বৰলৈকে অন্তৱৰ্তীকলীন জামিন লাভ কৰিছে ভিক্টৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে এই জামিন ।

ভিক্টৰ দাসৰ অধিবক্তাই জনাইছে এই কথা। ২৯ তাৰিখে পুনৰ তেওঁ আদালতত উপস্থিত থাকিব লাগিব। চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত অভিযোগ তুলিছিল ভিক্টৰ দাসে।

আৰু তাৰ পাছতেই আৰক্ষীয়ে জেৰা চলাই গ্ৰেপ্তাৰ কৰে ভিক্টৰক। উল্লেখ্য যে এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে ভিক্টৰ দাসক আটক কৰিছিল।

কিন্তু বুধবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰিছিল ভিক্টৰ দাস।আৰু পুৱা মাতৃয়ে সাক্ষউল্লেখ্য যে এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে ভিক্টৰ দাসক আটক কৰিছিল।

ভিক্টৰ দাস এতিয়া আৰক্ষীৰ জিম্মাত। হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ। আৰু পুৱা ভিক্টৰ দাসৰ মাতৃয়ে তেওঁক সাক্ষাৎ কৰে।

তাৰ পিছতে পুৱা ১১ বজাৰ পৰা ১২ বজালৈকে আদালতত শুনানী আছিলে।আৰু তাতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰক অন্তৱৰ্তীকলীন জামিন প্ৰদান কৰে।