21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিয়াৰ পাছতে নতুন ঘৰলৈ গ’ল নৱ বিবাহিত যুতি বৰুণ ধাৱন আৰু নতাশা দলালঃ চাওক হোমট্যুৰ ভিডিঅ’

    বিয়াৰ পাছতে নতুন ঘৰলৈ গ’ল নৱ বিবাহিত যুতি বৰুণ ধাৱন আৰু নতাশা দলালঃ চাওক হোমট্যুৰ ভিডিঅ’ : ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱন আৰু নতাশা দলালৰ বিয়াৰ খবৰে। বিয়াৰ আগৰ ফটোৰ পৰা বিয়াৰ পাছৰ প্ৰত্যেকখন ফটোৱে সকলোৰে দৃষ্টি নিৱদ্ধ কৰি ৰাখিছে।

    সম্প্ৰতি এটা ইণ্টাৰভিওত অভিনেতাগৰাকীয়ে বিবাহৰ পাছত নিজ পত্নীৰ লগত নিজা ঘৰত থকাৰ কথা প্ৰকাশ কৰিছিলে। ২০১৭ চনত নিজা ঘৰ ক্ৰয় কৰিছিল অভিনেতাগৰাকীয়ে।

    বিয়াৰ পাছতে নতুন ঘৰলৈ গ'ল নৱ বিবাহিত যুতি বৰুণ ধাৱন আৰু নতাশা দলালঃ চাওক হোমট্যুৰ ভিডিঅ'

    বৰুণ ধাৱনে কয় যে যিহেতু মোৰ নতুন ঘৰ আছেই সেইবাবে মই নতাশাৰ লগত সেই ঘৰটোতে থকাৰ পৰিকল্পনা কৰিছো। এতিয়াৰ পৰা মই মোৰ পৰিয়ালৰ লগত নাথাকো।

    বৰুণৰ নতুন ঘৰটোৰ সাজ-সজ্জা তেওঁৰ মাতৃয়ে নিজেই কৰিছে।

    শেহতীয়াকৈ অনুপম খেৰে বৰুণ ধাৱনৰ নতুন ঘৰৰ এটা হোমট্যুৰ ভিডিঅ’ আপলোড কৰি বৰুণক লৈ বহুত গৌৰৱান্বিত বুলি পোষ্ট কৰে।

    আৰু পঢ়ক : মায়ঙত ভয়ংকৰ অগ্নিকাণ্ডঃ দাও দাওকৈ জ্বলি ভস্মীভূত হ’ল ৪ টাকৈ ব্যৱসায় প্ৰতিষ্ঠান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং