20 C
Guwahati
Sunday, December 5, 2021
More

    প্ৰকৃতিয়ে লৈছে কালৰূপ, কেৰালাত বানত ২৭ লোকে প্ৰাণ হেৰুৱাৰ লগতে উত্তৰাখণ্ডত ভূমিস্খলনত ৮ লোকে হেৰুৱাইছে প্ৰাণ

    প্ৰকৃতিয়ে লৈছে কালৰূপ, কেৰালাত বানত ২৭ লোকে প্ৰাণ হেৰুৱাৰ লগতে উত্তৰাখণ্ডত ভূমিস্খলনত ৮ লোকে হেৰুৱাইছে প্ৰাণ

    দেশত বৰ্তমানে কেৰালা আৰু উত্তৰাখণ্ডত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে। ধাৰাসাৰ বৰষুণৰ বাঢ়নি পানীয়ে তাণ্ডৱ চলাইছে। কোনো ঠাইত যদি বানপানী কোনো ঠাইত ভূমিস্খলনৰ তাণ্ডৱ।

    বহু লোকে বৰ্তমানলৈ প্ৰাণ হেৰুৱালে প্ৰকৃতিৰ এই তাণ্ডৱত। কেলাৰাৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰি বৰ্তনালৈ ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে উত্তৰাখণ্ডতো ভূমিস্খলন লৈ ৮ গৰাকী লোকে প্ৰাণ হেৰুৱালে ।

    যাৰ বাবে দুয়োখন ৰাজ্যতে বৰ্তমানে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। দুয়োখন ৰাজ্য় হৈছে দেশেৰ দুটা মূৰ। এখন ৰাজ্য দেশৰ একেবাৰে দক্ষিণ অঞ্চলত আনখন ৰাজ্য উত্তৰ অংশত অৱস্থিত।

    উত্তৰাখণ্ডক ভূমিস্খলন হৈ বহু ঠাইত ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত বন্ধ হৈ পৰিছে । বহু লোক আৱদ্ধ হৈ পৰিছে । লগতে বহু লোকৰ সন্ধান পোৱা হোৱা নাই এই ভূমিস্খলনৰ ফলত।

    আৰু পঢ়ক : ২০ টা মাহৰ অন্তত বিদ্যালয়লৈ যাবলৈ সাজু শিক্ষাৰ্থী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং