20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    উৰ্বশীয়ে পৰিধান কৰিলে ৫ লাখ টকীয়া কাপোৰ, ৪৫ লাখৰ গহনা

    উৰ্বশীয়ে তেওঁৰ ষ্টাইল আৰু কাপোৰক লৈ প্ৰায়েই চৰ্চাত থকা দেখা যায়। অভিনেত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰায়েই সক্ৰিয় হৈ থকা দেখা যায়।

    উৰ্বশী ৰৌতেলাই কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে । এই ভিডিঅ’টো তীব্ৰগতিত ভাইৰেল হোৱা পৰিলক্ষিত হয়।

    ভিডিঅ’ চাবলৈ ক্লিক কৰক

    উৰ্বশীৰ এই ভিডিঅ’টোত দেখিবলৈ পোৱা যায় যে তেওঁ নীলা ৰঙৰ কাপোৰ পৰিধান কৰিছে। এই ভিডিঅ’টি ৩ ঘন্টাত প্ৰায় ১৮ লাখ লোকে প্ৰত্যক্ষ কৰিছে।

    উল্লেখ্য যে, এই ভিডিঅটিত উৰ্বশীয়ে পিন্ধা কাপোৰযোৰৰ দাম ৫ লাখ টকা আৰু গহনা খিনিৰ দাম ৪৫ লাখ টকা । এই ভিডিঅ’টি ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।

    আৰু পঢ়ক : এইবাৰ প্ৰতিবাদকাৰীৰে হতাহতি কৰিবলৈ নামিল আৰক্ষী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।