উৰ্বশীয়ে তেওঁৰ ষ্টাইল আৰু কাপোৰক লৈ প্ৰায়েই চৰ্চাত থকা দেখা যায়। অভিনেত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰায়েই সক্ৰিয় হৈ থকা দেখা যায়।
উৰ্বশী ৰৌতেলাই কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে । এই ভিডিঅ’টো তীব্ৰগতিত ভাইৰেল হোৱা পৰিলক্ষিত হয়।
উৰ্বশীৰ এই ভিডিঅ’টোত দেখিবলৈ পোৱা যায় যে তেওঁ নীলা ৰঙৰ কাপোৰ পৰিধান কৰিছে। এই ভিডিঅ’টি ৩ ঘন্টাত প্ৰায় ১৮ লাখ লোকে প্ৰত্যক্ষ কৰিছে।
উল্লেখ্য যে, এই ভিডিঅটিত উৰ্বশীয়ে পিন্ধা কাপোৰযোৰৰ দাম ৫ লাখ টকা আৰু গহনা খিনিৰ দাম ৪৫ লাখ টকা । এই ভিডিঅ’টি ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।