28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰামায়ণ! অতি শীঘ্ৰেই জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোচনক দেখিবলৈ পাব ৰাৱণৰ চৰিত্ৰত ‌

    ৰামায়ণ! অতি শীঘ্ৰেই জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোচনক দেখিবলৈ পাব ৰাৱণৰ চৰিত্ৰত ‌

    প্ৰযোজক মেঘা মন্টেনাৰ আহিবলগীয়া ছবি ‘ৰামায়ণ’ বিশেষ চৰ্চাত আছে। জানিব পৰা মতে জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোচন এই ছবিত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব।

    উল্লেখ্য যে দিপীকা পাডুকনে এই ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে যদিও এয়া আনুষ্ঠানিক হোৱা নাই।

    এই ছবিখন 3D ত শ্বুত কৰা হ’ব লগতে ইয়াক হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি দিয়া হ’ব । এই ছবিখনত প্ৰায় ৫০০ কোটি টকা খৰচ হ’ব বুলি জানিব পৰা গৈছে।

    আৰু পঢ়ক : পাবজি- ফ্ৰী ফায়াৰ খেলিবলৈ নাপাই কিশোৰে মাতৃৰ দখনাৰে কৰিলে আত্মহত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং