26 C
Guwahati
Thursday, September 16, 2021
More

    নতুন নিৰ্দেশনা জাৰি, সকলো প্ৰকাৰৰ বিদ্যালয় প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ অনুমতি.. কিন্তু

    কৰ’ণা ভাইৰাছৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাত দেশৰ ৰাজধানী দিল্লীত জাৰি কৰিছে নতুন নিৰ্দেশনা । নতুন নিৰ্দেশনা অনুসৰি দিল্লীত সকলো প্ৰকাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ অনুমতি প্ৰদান।

    পিছে কাঢ়া নিৰ্দেশ মানিব লাগিব কিছু নিয়ম। কভিড প্ৰটকলৰ লগতে কেৱল মাত্ৰ ৫০ শতাংশ অংশগ্ৰহণেৰে খোলাৰ অনুমতি প্ৰশিক্ষণ কেন্দ্ৰ সমূহ।

    বিদ্যালয়-মহাবিদ্যালয় সৈতে জড়িত কোনো প্ৰশিক্ষণ, দিল্লী আৰক্ষী প্ৰশিক্ষণ, আৰ্মিৰ প্ৰশিক্ষণ, কোনো ট্ৰেনিং ইনষ্টিটিউটৰ সকলো প্ৰশিক্ষণ, কৰ্মচাৰী সকলৰ প্ৰশিক্ষণ আদি কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান দিল্লী চৰকাৰৰ।

    বৰ্তমানে ৰাজধানী দিল্লীত চিনেমা ঘৰ, থিয়েটাৰ, ছুইমিং পুল, শিক্ষানুষ্ঠান, স্পা, বিনোদন পাৰ্ক আদি খোৱাৰ ক্ষেত্ৰত অনুমতি নাই।

    আনহাতে, চৰকাৰী কাৰ্যালয়ত ১০০ শতাংশ আৰু বেচৰকাৰী কাৰ্যালয়বোৰত ৫০ শতাংশ কৰ্মচাৰীৰ অংশগ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান।

    আৰু পঢ়ক : হায়ৰে, কোন দিশে মানুহৰ লোকৰ মানসিকতা… এইবাৰ অসমত শাহুৱেকক ধৰ্ষণ জোঁৱাইৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং