18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অবিশ্বাস্য! ৮৭ঘন্টাত সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰি বিশ্বৰেকৰ্ড এই গৰাকী তৰুণীৰ

    মনৰ প্ৰবল ইচ্ছাৰ বলত মানুহে অসম্ভৱকো সম্ভক কৰি তুলিব পাৰে।তাৰেই জলন্ত প্ৰমাণ হৈছে সংযুক্ত আৰৱৰ এই গৰাকী তৰুণী।এই গৰাকীয়ে যুৱতীয়ে পৃথিৱীয়ে সাতখন মহাদেশ ভ্ৰমণ কৰিছে মাত্ৰ ৮৭ঘন্টাতকৈ কম সময়ত।

    এইৰোমেইথি নামৰ এই গৰাকী তৰণীৰ এই অনন্য কীৰ্তিৰ বাবে বুধবাৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিছে। সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰোতে তেওঁৰ সময় লাগিছে ৩দিন ১৪ ঘন্টা ৪৬ মিনিট ৪৮ ছেকেণ্ড।

    উল্লেখ্য যে, এই যুৱতীয়ে ২০৮খন দেশ ভ্ৰমণ কৰিছে।অৱশেষত ১৩ ফেব্ৰুৱাৰীত নিজৰ ভ্ৰমণৰ সমাপ্তি কৰিছে ছিডনীত।কৰ’ণা ভাইৰাছৰ লকডাউনৰ আগে আগে নিজৰ এই সপোন পূৰ কৰিলে এইৰোমেথিয়ে। নিজৰ এই স্বীকৃতিৰ বাবে তেওঁ নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গক এই সাফল্যৰ কৃতিত্ব প্ৰদান কৰিছে।

    Photo Credit:asiaville

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং