ধিঙৰ উদানতলাৰ গুলীচালনা ঘটনাৰে জড়িত ২ যুৱকক গ্ৰেপ্তাৰ

0
118

ধিঙৰ উদানতলাৰ গুলীচালনা ঘটনাৰে জড়িত ২ যুৱকক গ্ৰেপ্তাৰ

ধিঙৰ উদানতলাৰ গুলীচালনা ঘটনাৰ সৈতে জড়িত থকা ২ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে |

পিষ্টলসহ গ্ৰেপ্তাৰ অভিযুক্ত ছামীম আকতাৰ আৰু ৰাহুল আমীনক।

ধিং আৰক্ষীয়ে ধিঙৰ বৰবিল কছাৰীবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে যুৱক দুজনক।

গ্ৰেপ্তাৰ কৰা দুয়োজন যুৱক উচ্চতৰ মাধ্যমিকৰ ছাত্র বুলি জানিব পৰা গৈছে।

২৬ জানুৱাৰীৰ দিনটোতে সংঘটিত হৈছিল ঘটনাটো| ৱাহিদুৰ ইছলাম নামৰ এজন লোকক গুলীয়াইছিল যুৱকদ্বয়ে।

সম্প্ৰতি নগাঁৱত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ৱাহিদুৰ ইছলাম।