29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শোকাৱহ! একেদিনাই দুটাকৈ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন আৰোহী

    এই দুৰ্ঘটনাটোত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন স্কুটি আৰোহী। নিহত আৰোহীজন আঙ্গাৰকাটা ২য় খণ্ড গাঁৱৰ চান্দ মিঞা(৪২)

    বিলাসীপাৰাত একেদিনাই দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

    প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীৰ আঙ্গাৰকাটাত।

    এই দুৰ্ঘটনাটোত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন স্কুটি আৰোহী।

    ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    নিহত আৰোহীজন আঙ্গাৰকাটা ২য় খণ্ড গাঁৱৰ চান্দ মিঞা(৪২)। দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ AS 17 J – 9187 ।

    আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হয় ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত।

    এই দুৰ্ঘটনাটোত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল দ্ৰুতবেগী ট্ৰাক। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ HR 55 AC – 9816 ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।