26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টুইটাৰ,ফেচবুক, ইনষ্টাগ্ৰামে ব্ল’ক কৰিলে ডনাল্ড ট্ৰাম্পক, দিলে সতৰ্কবাণী

    টুইটাৰ,ফেচবুক, ইনষ্টাগ্ৰামে ব্ল’ক কৰিলে ডনাল্ড ট্ৰাম্পক, দিলে সতৰ্কবাণী : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডণাল্ড ট্ৰাম্পে পৰাজয় বৰণ কৰাৰ পিছতো  একাংশ সমৰ্থকে মানি ল’ব পৰা নাই পৰাজয়।

    ট্ৰাম্পৰ সমৰ্থক সকলে হোৱাইট হাউচ আৰু বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ।তাৰ পিছতে সেই অঞ্চলত বন্ধ ঘোষণা কৰি দিয়া হৈছে ।

    ইয়াৰ মাজতে টুইটাৰে ট্ৰাম্পৰ কেইটামান টুইটসহ ১২ ঘন্টালৈ তেওঁৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিয়ে।ইয়াৰ পিছত ফেচবুক আৰু ইনষ্টাগ্ৰামটো ২৪ ঘন্টাৰ বাবে ট্ৰাম্পৰ একাউন্ট নিসিদ্ধ কৰি দিয়ে।

    টুইটাৰ,ফেচবুক, ইনষ্টাগ্ৰামে ব্ল'ক কৰিলে ডনাল্ড ট্ৰাম্পক

    টুইটাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ”যদি ট্ৰাম্পে তেওঁৰ তিনিটা টুইট আতৰ নকৰে তেন্তে তেওঁৰ একাউন্ট ১২ ঘন্টালৈ বন্ধ হব ।ভৱিষ্যতেও তেওঁ টুইটাৰৰ নিয়ম উলংঘা কৰিলে ডনাল্ড তেওঁৰ টুইটাৰ একাউন্ট চিৰদিনলৈ বন্ধ কৰি দিয়া হ’ব” ।

    আৰু পঢ়ক : অসমতো বাৰ্ড ফ্লুৰ সন্ত্ৰাসঃ আন ৰাজ্যৰ পৰা মুৰ্গী মাংস আমদানিত নিষেধাজ্ঞা অসম চৰকাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং