Sign in
  • মুখ্যপৃষ্ঠা
  • খবৰ
    • অন্যান্য
    • অসম
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • South-East Asia
    • আন্তঃৰাষ্ট্ৰীয়
  • মতামত
    • T8 ভিউছ
    • নিবন্ধকাৰ
  • ভিডিঅ’
  • টাইমকাষ্ট
  • জীৱনশৈলী
    • মনোৰঞ্জন
    • ফেশ্বন
    • খাদ্য-সম্ভাৰ
    • ট্ৰেভেল
  • ENGLISH
    • বাংলা
    • Bodo
  • LIVE▶
Sign in
Welcome!Log into your account
Forgot your password?
Privacy Policy
Password recovery
Recover your password
Search
LogoTime8North East and More
LogoTime8North East and More
24 C
Guwahati
Sunday, March 19, 2023
Facebook
Instagram
RSS
Twitter
Youtube
  • মুখ্যপৃষ্ঠা
  • খবৰ
    • অন্যান্যঅসমউত্তৰ-পূৰ্বাঞ্চলৰাষ্ট্ৰীয়South-East Asiaআন্তঃৰাষ্ট্ৰীয়

      অতিকৈ শোকাৱহ! মাতৃৰ সৈতে কাম কৰি থাকোতেই প্ৰকাণ্ড দেৱাল গাত খহি পৰি থিতাতে নিহত শ্ৰমিক পুত্ৰৰ…

      ভাৰতৰ কোনকেইখন ছবিৰ সৰ্বাধিক উপাৰ্জন হৈছিল জানেনে! ইয়াত ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকা দিয়া হৈছে, চাওক কোনখন ছবিয়ে পাঠানৰ…

      ভয়ংকৰ বিমান দুৰ্ঘটনা! দুয়োগৰাকী পাইলটৰ মৃত্যু, এগৰাকী পাইলটৰ মৃতদেহ শিলৰ মাজত জ্বলন্ত অৱস্থাত উদ্ধাৰ…

      ২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান! জুবিন গাৰ্গৰ পৰা শংকুৰাজ কোঁৱৰলৈ জনপ্ৰিয় শিল্পীৰ অনুষ্ঠান…

  • মতামত
    • T8 ভিউছনিবন্ধকাৰ

      ন্যায়পালিকা বনাম কাৰ্যপালিকা : গণতন্ত্ৰৰ প্ৰতিটো অংশত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কিমান গ্ৰহণযোগ্য

      ছাত্ৰ ৰাজনীতিত আদৰ্শৰ সংঘাতৰ পৰিৱৰ্তে বৰ্ধিত শাৰীৰিক সংঘাত যুক্তিবাদীতাৰ অৱক্ষয় নেকি!

      নিয়োগকৰ্তাই খুলিব লাগিব নিযুক্তিৰ দুৱাৰ

      কেনে অভিলেখ- ১টা দিনত ৬ কোটিৰ সুৰা বিক্ৰী বিপৰীতে ৪ টা দিনত ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

  • ভিডিঅ’
  • টাইমকাষ্ট
  • জীৱনশৈলী
    • মনোৰঞ্জনফেশ্বনখাদ্য-সম্ভাৰট্ৰেভেল

      যদি আপুনি আপোনাৰ ছালখন টান কৰিব বিচাৰে তেন্তে এইকেইবিধ প্ৰতি নিশা ব্যৱহাৰ কৰক, তৎক্ষণাৎ আপোনাৰ মুখৰ পৰা ৰেখাবোৰ নাইকিয়া হ’ব…

      অদ্ভুত কাণ্ড; গান নোগোৱাকৈয়ে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা ল’লে নাহিদ আফ্ৰিনে

      অস্কাৰত ‘নাটু-নাটু’য়ে ৰচিলে ইতিহাস ! ‘নাটু-নাটু’ লৈ শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান

      বাহুবলীৰ দেৱসেনা অর্থাৎ অনুষ্কা চেট্টীৰ সলনি হ’ল সম্পূৰ্ণ চেহেৰা , শেহতীয়া ফটো দেখি আচৰিত অনুৰাগী

  • ENGLISH
    • বাংলা
    • Bodo
  • LIVE▶
More

      Home Khabar আন্তঃৰাষ্ট্ৰীয় ওবামা, বিল গেটচ্ সহ বহু কেইজন বিশিষ্ট ব্যক্তিৰ টুইটাৰ একাউণ্ট হেক
      • আন্তঃৰাষ্ট্ৰীয়

      ওবামা, বিল গেটচ্ সহ বহু কেইজন বিশিষ্ট ব্যক্তিৰ টুইটাৰ একাউণ্ট হেক

      By
      T8 Digital Desk
      -
      16-Jul-20 @ 7:46
      0
      2366
      Share
      WhatsApp
      Viber
      Facebook
      Twitter
      Linkedin
      Email
      Print
      Telegram

        টুইটাৰ জগতত ধুমুহা আনিছে হেকাৰে। বিশ্বৰ আগশাৰীৰ নেতা, বিশিষ্ট ব্যৱসায়ীৰ লগতে কোম্পানী সমূহৰো টুইটাৰ একাউণ্ট হেক কৰিছে হেকাৰে।

        বুধবাৰ ১৫ জুলাইৰ দিনা হেকাৰে মাইক্ৰছফ্টৰ সংস্থাপক বিল গেটচ্, টেস্লাৰ চিইঅ এল’ন মাস্ক, আমেৰিকাৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জো বিদেন, প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহু, বাৰেন বাফেট, এপল, উবেৰৰ লগতে অন্য কেইবাটাও একাউণ্ট হেক কৰিছে।

        হেকাৰে তেওঁলোকৰ একাউণ্টৰ পৰা টুইট কৰি আছে। সকলোৰে একাউণ্টৰ পৰা বিটকইন বিচাৰি আছে হেকাৰে।

        বিল গেটচ্ ৰ একাউণ্টৰ পৰা দিছে যে, সকলোৱে মোৰ পৰা উভতাই বিচাৰি আছে, এই এ সেই সময়। মই সকলো পেমেণ্ট দুগুণ কৰি দিম যিয়ে মোৰ বিটিচি ঠিকনাত ৩০ মিনিটৰ ভিতৰতে পইছা দিব। মোক ১০০০ ডলাৰ দিয়া মই ২০০০ ডলাৰ দিম।

        এইদৰেই পইচা বিচাৰি সকলোৰে একাউণ্টৰ পৰা টুইট কৰে হেকাৰে। অৱশ্যে কিছু সময়ৰ ভিতৰতে আকৌ টুইটাৰ একাউণ্ট বোৰৰ পৰা মছি পেলোৱা হয়।

        পিছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই কোনে কৰ পৰা এনেদৰে বিশিষ্ট ব্যক্তি আৰু ডাঙৰ ডাঙৰ কোম্পানীৰ টুইটাৰ একাউণ্ট হেক কৰিলে।

        Photo Credit: Wikipedia

        • TAGS
        • Twitter
        • হেক
        • টুইটাৰ একাউন্ট
        • Bill Gates
        • Barack Obama
        • Account Hacked
        Previous articleবিধ্বস্ত পথত ভূঁই ৰুই প্ৰতিবাদ নলবাৰীৰ একাংশ ৰাইজৰ
        Next articleকাজিৰঙাত বানৰ সংহাৰী ৰূপ, বানত ডুবি ৩ টা গড়ৰ মৃত্যু
        T8 Digital Desk

        RELATED ARTICLESMORE FROM AUTHOR

        ভাৰতৰ কোনকেইখন ছবিৰ সৰ্বাধিক উপাৰ্জন হৈছিল জানেনে! ইয়াত ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকা দিয়া হৈছে, চাওক কোনখন ছবিয়ে পাঠানৰ…

        আপোনাৰো অনবৰতে হামি আহি থাকে নেকি? তেন্তে সাৱধান হওক! এইবোৰ মাৰাত্মক ৰোগৰ লক্ষণ হ’ব পাৰে…

        আপোনালোকৰ সন্মুখত আহি পালেহি বতাহত উৰি ফুৰা বিশ্বৰ প্ৰথমখন বাইক, ভিডিঅ’টো দেখাৰ পাছতহে বহু লোকে বিশ্বাস কৰিছে…

        Latest News

        বিশ্ববাসীক মন্ত্ৰমুগ্ধ কৰা মহান যাদুকৰ অপী শৰ্মা আৰু নাই

        16-Oct-22 @ 12:14

        Menstruating Woman Who Cook Will Be Reborn As Bitch: Bhuj Spiritual Guru

        18-Feb-20 @ 14:53

        Alliance Air To Start Flights Between Guwahati, Dimapur & Imphal From Dec 7

        5-Dec-19 @ 12:04

        15 Distinguished Personalities From NE Get Padma Awards 2020

        26-Jan-20 @ 13:21

        Devotees Throng Shiva Temples Across Assam To Offer Prayers To Mahadev

        21-Feb-20 @ 13:05

        About Us

        Connect Us

        Terms & Conditions

        Privacy Policy

        DOWNLOAD

        The TIME8 Mobile App

        DOWNLOAD

        The TIME8 Mobile App

        © Fifth Pillar Media Pvt. Ltd.

        All rights reserved

        Designed by softofficepro.com

        • Home
        • খবৰ
          ▼
          • অসম
          • উত্তৰ-পূৰ্বাঞ্চল
          • ৰাষ্ট্ৰীয়
          • আন্তঃৰাষ্ট্ৰীয়
        • মতামত
          ▼
          • মতামত ভিডিঅ’
          • নিবন্ধকাৰ
        • ভিডিঅ’
        • টাইমকাষ্ট
        • জীৱনশৈলী
          ▼
          • ফেশ্বন
          • খাদ্য-সম্ভাৰ
          • ট্ৰেভেল
        • ENGLISH
          ▼
          • বাংলা
          • Bodo
        • LIVE▶