27 C
Guwahati
Wednesday, September 28, 2022
More

    স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে জাতীয় পতাকাৰ ৰঙেৰে উজলি উঠিল ৰংঘৰ

    স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে জাতীয় পতাকাৰ ৰঙেৰে উজলি উঠিল ৰংঘৰ। ত্ৰিৰংগাৰ তিনিওটা ৰঙে ৰঙীন কৰিলে নিশাৰ ৰংঘৰৰ বাকৰি।

    আজাদি কা অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক গেৰুৱা, বগা আৰু সেউজীয়া ৰঘৰ পোহৰেৰে উজলাই তুলিলে কেন্দ্ৰীয় পূৰাতত্ব বিভাগে।

    আহোম ৰাজত্বৰ শৌৰ্যৰ প্ৰতীক, এছিয়াৰ প্ৰথমটো পেভিলিয়ন, আধুনিক অসমৰ পৰিচয় ৰংঘৰ কালিৰে পৰা আলোকিত হ’ল ত্ৰি-ৰঙেৰে।

    ৭৫ সংখ্যত স্বাধীনতা দিৱস উপলক্ষে ৰংঘৰক জাতীয় পতাকাৰ তিনিও ৰঙৰ আলোকেৰে আলোকিত কৰি স্বাধীনতাৰ ক্ষণ উপভগৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

    উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন স্থানৰ উল্লেখযোগ্য প্ৰাচীন কীৰ্তিচিহ্ন এইদৰে পোহৰাই তোলাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে।

    Input and Photo – Sanjay Pareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং