20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    উভতনি যাত্ৰা ৮০-৯০ দশকৰ ফেশ্বনৰ! ২০২১ত খুবেই জনপ্ৰিয় হৈছে এই বিশেষ জোতা-চেণ্ডেল

    ফেশ্বন প্ৰিয় লোকে বিশেষকৈ যুৱতীসকলে আজিৰ দিনত ভালকৈয়ে জানে কি কি পিন্ধিব। কেনেকৈ তাক কেৰী কৰিব। প্ৰতিবছৰে কিছুমান নতুন নতুন ফেশ্বনে স্থান পাই যুৱতীসকলৰ ঘৰত। ২০২১ বৰ্ষতো ট্ৰেণ্ড কৰিছে কিছু ফেশ্বনে। পিছে সেই ফেশ্বন আজিৰ নহয়। উভতি আহিছে পুনৰ আগৰ আইতা- মা হতৰ দিনৰ ফেশ্বন। জোতা চেণ্ডেলৰ ক্ষেত্ৰত কবলৈ গ’লে এইবাৰ খুউৱ জনপ্ৰিয় হৈছে এক বিষেশ চেণ্ডল। যি দেখিবলৈ পাম্প শ্বুৰ দৰে। কিন্তু তাৰ পিচৰ অংশ নাই। যাক ফেশ্বন জগতত কিটেন হিল মিঅলছ(Kitten heel mules) ।

    উভতনি যাত্ৰা ৮০-৯০ দশকৰ ফেশ্বনৰ! ২০২১ত খুবেই জনপ্ৰিয় হৈছে এই বিশেষ জোতা-চেণ্ডেল

    এই চেণ্ডল সকলো ধৰণৰ সাজৰ লগতে ধুনীয়াকৈ খাপ খাই। সকলো অনুষ্ঠানতে খাপ খাই। সেয়ে যুৱতী সকলে পুনৰ আকোৱালি লৈছে এই কিটেন হিল মিঅলছ।

    জোতাৰ ক্ষেত্ৰত যদিও বিশেষ এটা নতুনত্ব নাই, তথাপি ট্ৰেণ্ডিঙত উঠা কবলৈ গলে জনপ্ৰিয় হৈছে কমবেট বুট (Combat boots) । যি মাজে মাজে ফেশ্বনৰ মাজলৈ আহে যদিও এইবাৰ জোতাৰ ক্ষেত্ৰত ট্ৰেণ্ডিঙত উঠিছে।

    উভতনি যাত্ৰা ৮০-৯০ দশকৰ ফেশ্বনৰ! ২০২১ত খুবেই জনপ্ৰিয় হৈছে এই বিশেষ জোতা-চেণ্ডেল

    কলা ৰঙৰ এই জোতাৰ পৰিধানে যুৱতী সকলৰ মনলৈ আনে এত বিশেষ ধৰণৰ জোৰ। মনৰ জোৰ। যিয়ে কনফিডেঞ্চ বৃদ্ধিতো সহায় কৰে যুৱতী সকলক।

    আৰু পঢ়ক : ৪ শিশু সৰবৰাহৰ লগত জড়িত দুই দুৰ্ধৰ্ষ নাৰী ব্যৱসায়ী আৰক্ষীৰ জালত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং