শোকাৱহ পথ দুৰ্ঘটনা; নিহত ২জন আহত বহুকেইজন

0
349

শোকাৱহ পথ দুৰ্ঘটনা; নিহত ২জন আহত বহুকেইজন

তেজপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ। দুখন ডাম্পাৰৰ মাজত মূখা মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ানক ঘটনাৰ।

ঘটনাৰ ফলত থিতাতেই নিহত হয় দুইজন লোক। ইয়াৰ উপৰিও দুজন লোকক অতি সংকতজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছে ।

তেজপুৰৰ বৰঘাটত সংঘতিত হৈছে উক্ত পথ দুৰ্ঘটনা ্স্পিড বেকাৰ নোহোবাৰ বাবেই এনে দুৰ্ঘটনা সংঘতিত হৈছে বুলি দাবি কৰিছে স্থানিয় ৰাইজে ।

Input: লক্ষ্য জ্যোতি নাথ