27 C
Guwahati
Thursday, October 14, 2021
More

    পূজাৰ বতৰত মহানগৰীত ক’ত ক’ত থাকিব NO Entry…

    পূজাৰ বতৰত মহানগৰীত ক’ত ক’ত থাকিব NO Entry…

    পূজাৰ বতৰত মহানগৰীত ক’ত ক’ত থাকিব NO Entry…সেই সন্দৰ্ভত এখন সংবাদমেলৰ জৰিয়তে যান-বাহন আৰক্ষীয়ে জানিবলৈ দিয়ে।

    দু্ৰ্গা পূজাৰ সময়ত যান-বাহনৰ চলাচলৰ বাবে মহানগৰ যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা। কত কত থাকিব NO Entry, কোনতো কোনতো পথেৰে যাব পাৰিব বাহন সেই বিষয়ে সকলো জনাই সংবাদ মেলত।

    সংবাদমেলত আৰক্ষীয়ে কয় যে, পূজা সকলোৱে সুন্দৰ ভাৱে উপভোগ কৰিবৰ বাবে কিছু নিয়ম দিয়া হৈছে।

    ১২ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ ৬ চকা আৰু তাৰ ওপৰত মালবাহী ট্ৰাক পুৱা ৬ নিশা ১০ বজালৈ চলিব নোৱাৰিব।

    পুৱা ৪ বজাৰ পৰা ৯ বজালৈ ৩ বা ৪ চকাৰ সামগ্ৰীৰ বাহন চলিব গণেশ মন্দিৰৰ পৰা গণেশগুৰি ফ্লাই অভাৰৰ ফালে আহিব পাৰিব।

    মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুলৈ যানবাহন চলাচলত বাধা। আদাবাৰীৰ পৰা হে পাণ্ডুঘাট হৈ যানবাহন চলাচলত অনুমতি।

    বন্দনা গেটৰ পৰা ৰিফেইনাৰী হৈ ষ্টেট বেংকলৈ যোৱা পথচোৱাত ন এণ্ট্ৰী।

    আৰু পঢ়ক : বৃহৎ ঘোষণা, অধিনায়ক কোহলীক মিছ কৰিব ক্ৰিকেট অনুৰাগীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং