32 C
Guwahati
Sunday, September 19, 2021
More

    জাৰ্মানৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে জয়লাভ লাভলীনাৰ, প্ৰৱেশ কোৱাৰ্টাৰ ফাইনেলত

    জাৰ্মানৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে জয়লাভ লাভলীনাৰ, প্ৰৱেশ কোৱাৰ্টাৰ ফাইনেলত

    টকিঅ’ অলিম্পিকত ৰিঙত লাভলিনা বৰগোহাঁই।

    লাভলিনাৰ প্ৰতিপক্ষ জাৰ্মানৰ নাডিন এপেজক পৰাস্ত কৰি জয়লাভ লাভলীনা বৰগোহাঁইৰ।

    কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ।

    ৬৯ কেজিৰ ৱেলটাৰ ৱেইট শাখাত খেলিছে লাভলীনাই।

    পৰৱৰ্তী খেল অনুষ্ঠিত হ’ব ৩০ জুলাইত।

    আৰু পঢ়ক : মিজোৰামত ছহিদ হোৱা অসম আৰক্ষীৰ জোৱানক শ্ৰদ্ধাঞ্জলি, উপস্থিত মুখ্যমন্ত্ৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং