
আছে নেকি কোনো ভাল খবৰ , দিনটোৰ আৰম্ভণিতে চাওক আজিৰ ৰাশিফল
মেষ – দিনটোত আৰ্থিক স্থিতি সবল হ’ব | খং কমাব | অন্যথা কোনো লোকচানৰ সন্মুখিন হ’ব | শুভ সংখ্যা ৫ , শুভ ৰং নীলা |
বৃষ- বেলেগৰ কামত অত্যাধিক জড়িত হোৱাৰ সলনি নিজৰ কামত গুৰুত্ব দিয়ক | ব্যৱসায়ী সকলৰ বাবে শুভ | শুভ সংখ্যা ২, হালধীয়া |
মিথুন – কোনো কামৰ সমাধান লাভ কৰিব | কৰ্মস্থানত ব্যস্ততা বাঢ়িব | পতি-পত্নীৰ মাজত সমন্বয় বজাই ৰাখিব | শুভ সংখ্য ৬ , শুভ ৰং গোলপীয়া |
কৰ্কট – দিনটো কোনো সন্মানিয় ব্যক্তিৰ পাৰ হ’ব | কোনো মূল্যবান বস্তু ক্ৰয় কৰিব পাৰিব | স্বাস্থ্য থিকে নাযাব | শুভ সংখ্যা ৩ , শুভ ৰং কমলা |
সিংহ – এলাহক নিজৰ ওপৰত হাবী হ’বলৈ নিদিব | কাৰোবাৰ লগত কথা কওতে সাৱধানে ক’ব | প্ৰেমত মধুৰ | শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া |
কন্যা – কৰ্মস্থানত ব্যস্ততা বাঢ়িব | ঘৰৰ মানুহৰ লগত মনোমালিন্য হ’ব | ব্যৱসায়ত চিন্তা বাঢ়িব | শুভ সংখ্যা ৯ , শুভ ৰং ৰঙা |
তুলা – স্বাস্থ্যক লৈ চিন্তিত হ’ব | হাতত থকা পইচা অধিক মাত্ৰাত খৰচ হ’ব | শিক্ষাৰ্থী সকলে সফলতা পাব | শুভ সংখ্যা ১, শুভ ৰং বাদামী |
বৃশ্চিক – কোনো কামৰ বাবে অধিক চিন্তা নকৰিব | ভ্ৰমণৰ সম্ভাবনা আছে | স্বাস্থ্য ভালে যাব | শুভ সংখ্যা ৭ , শুভ ৰং আকাশী |
ধনু – যদি আপুনি কৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াক তৎক্ষণাৎ কাৰ্যকৰী কৰক। অযথা খৰচ নকৰিব | শুভ সংখ্যা ২ ,শুভ ৰং বগা |
মকৰ – আজি পৰিস্থিতি ভাল হ’ব। কিছু সময়ৰ বাবে মনত চলি থকা যিকোনো দ্বৈত যুদ্ধ সমাপ্ত হ’ব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা | শুভ সংখ্যা ৮ , শুভ ৰং ৰূপালী |
কুম্ভ – কোনো আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ কৰা হ’ব | আত্ম বিশ্বাস ৰাখিব | শুভ সংখ্যা ৩, শুভ ৰং মেৰুণ |
মীন – খৰচত নিয়ন্ত্ৰণ কৰিব | আনৰ বাবে আজি আপুনি কষ্ট পাব | স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব | কফ জনিত ৰোগে দেখা দিব পাৰে | শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা |