20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰহস্যৰ আউল, Episode-2

    ৰহস্য এনে এক শব্দ যাৰ ভেদ খুলিবলৈ সকলোৱে চাই। সেই ৰহস্যৰ অন্তৰালত কিনো থাকে তাক জানিবলৈ সকলোৱে উৎসুক হৈ পৰে। পিছে তাৰ মাজতো এনে কিছু ৰহস্য থাকে যাৰ কোনো উত্তৰ নাই। আৰু এনে কিছু ৰহস্য আছে যিয়ে নিজৰ মাজতেই লুকুৱাই ৰাখে কিছু সত্যতা।