24 C
Guwahati
Wednesday, January 12, 2022
More

    অৰ্ধ সত্য, চতুৰ্থ খণ্ড – ‘মই ধৰ্ষিতাই কৈছো’

    নিদিব মোক কাপোৰ পিন্ধিবলৈ। কাপোৰৰ প্ৰয়োজনেই বা কি। শৰীৰৰটো দেখোন কাপোৰেৰে আৱৰি থৈয়ে দিও, তথাপিতো বাৰে বাৰে ধৰ্ষিত হওঁ মই। সকলো ফালেই দেখোন মোক দেখি জিভাৰ পানী পেলাই থকা সিহঁতবোৰ।