20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অৰ্ধ সত্য, তৃতীয় খণ্ড- নাঙঠ ভৱিষ্যত

    মৌলিক অধিকাৰহীন এই লোক সকলৰ ইয়াতেই জন্ম হৈ ডাঙৰ দীঘল হৈ ইয়াতেই মৃত্যু হয়, অথচ নাই এওঁলোকৰ কোনো নিৰ্দিষ্ট এখন চৰকাৰক ভোট দিয়াৰ অধিকাৰ। ৰে’ল আলিৰ দুয়োপাৰে নাঙঠ ভৱিষ্যত লৈ এই সকল লোকে জী আছে নিজৰ সুকীয়া জগতত।