চীনত পূৰ্বৰে পৰা নিষিদ্ধ TikTok, নিজেই ব্যৱহাৰ নকৰে নিজৰ প্লেটফৰ্ম

0
6222

ভাৰতত ইউজাৰ্ছসমূহৰ প্ৰাইভেছী আৰু ডেটাৰ নিৰাপত্তাৰ বাবে ভাৰত চৰকাৰে ৫৯টা চাইনীজ এপ নিষিদ্ধ ঘোষণা কৰিছে আৰু অন্তৰ্ভুক্ত আছে টিকটকৰো নাম।

শ্বৰ্ট ভাৰতত কোটি কোটি লোকে ব্যৱহাৰ কৰিছিল ভিডিঅ’ শ্বেয়াৰিং এপ TikTok। কিন্তু এই চাইনীজ এপটো নিজে ব্যৱহাৰ নকৰে চীনে। দেশত নিষিদ্ধ আছে এই এপটো।

এই কথাটো আচৰিত যদিও কিন্তু সঁচা। চাইনীজ নাগৰিক গ্ল’ৱেল TikTok এপৰ ব্যৱহাৰ কৰিব নোৱাৰে আৰু এই এপটোত একাউণ্টত বনাবলৈও অপচন তেওঁলোকে বিচাৰি নাপায়।

চীনে নিজৰ ইউজাৰ্ছবিলাকৰ অনলাইন এক্টিভিটীক যথেষ্ট এলাৰ্ট থাকে আৰু তাত চাইবাৰ স্পেছত যথেষ্ট নিৰ্দেশনা আছে।

চীনত ফেচবুকৰ পৰা আৰম্ভ কৰি হোৱাটছএপ আৰু টিক টিকলৈ প্ৰতিটো গ্ল’ৱেল ছচিয়েল মিডিয়া প্লেটফৰ্মছ নিষিদ্ধ।

চীনত ইউজাৰ্ছে ফেচবুকৰ সলনি Weibo, গুগলৰ সলনি Baidu, ইউ টিউবৰ স্থানত Youku আৰু আৰু হোৱাটছএপৰ সলনি WeChatৰ ব্যৱহাৰ কৰে।

গ্ল’ৱেলী কোটি কোটি ইউজাৰ্ছে ব্যৱহাৰ কৰা টিক টকো চীনত সদায়ে নিষিদ্ধ, কিন্তু এই এপটো নিজেই এটা চাইনীজ এপ।

TikTokৰ স্থানত এই এপটো
টিক টকৰ পৰিৱৰ্তে চীনৰ ইউজাৰ্ছবিলাকে Douyin নামৰ এপ ব্যৱহাৰ কৰে।

এই এপটোত টিক টকৰ দৰে ফীচাৰ্ছ পোৱা যায় কিন্তু ইয়াক চীনৰ বাহিৰত ব্যৱহাৰ বা এক্সেছ কৰিব নোৱাৰি।

চাইনীজ কোম্পানী ByteDanceৰ হোৱা সত্ত্বেও চীনত TikTok নিষিদ্ধ কৰাৰ কাৰণ এইটোৱেই যে চীনৰ চৰকাৰ নিজৰ নাগৰিকসকলক আৰু ভিডিঅ’ গ্ল’ৱেল ইউজাৰ্ছৰ সৈতে শ্বেয়াৰ হ’বলৈ দিব নিবিচাৰে।

Douyin যদিও টিকটকৰ ভাৰ্ছন বুলি কোৱা হয় কিন্তু ইয়াক কেৱল চীনৰ লোকসকলেহে ব্যৱহাৰ কৰিব পাৰে।

যদি চীনত কোনোবা ইউজাৰে নিজৰ TikTok একাউণ্টত বনাব বিচাৰে বা এপ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে

তেওঁৰ লগত চীনৰ বিহাৰৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ হোৱাটো প্ৰয়োজনীয়।

লগতে যদি চীনৰ বহিৰত কোনোব ইউজাৰে Douyin এক্সেছ আৰু ব্যৱহাৰ কৰিব বিচাৰে তেন্তে তেওঁৰ নম্বৰ চীনত ৰেজিষ্টাৰ্ড হ’ব লাগিব।

Photo Credit: Daily Times