বন্ধুত্বত চৰম আঘাতঃ পাকিস্তানে নিষিদ্ধ কৰিলে চীনা এপ টিক-টক

0
86

চলিত বৰ্ষতে ভাৰত, আমেৰিকাত নিষিদ্ধ হোৱা এইবাৰ পাকিস্তানে তীব্ৰ আঘাত কৰিছে চীনক। এইবাৰ ভাৰতৰ দৰে চীনেও নিষিদ্ধ কৰিছে জনপ্ৰিয় চীনা এপ টিক টকক।

শুকুৰবাৰে পাকিস্তান টেলিকমিউনিকছন মন্ত্ৰণালৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভাৰতে সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি ৰাখি টিকটক নিষিদ্ধ কৰিছিল। কিন্তু পাকিস্তানে এই ক্ষেত্ৰত অশ্লীলতা বিয়পোৱাৰ বাবেহে টিকটক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ আগতেও বহুবাৰ অনৈতিক কাৰ্যকলাপসমুহ ব্লক কৰাৰ কথা কোৱা হৈছিল যদিও পাকিস্তানী বিষয়ববীয়াক সন্তুষ্ট কৰিব নোৱাৰিলে।বহু আপত্তিজনক কন্টেট ৰখাৰ কথা সদৰী কৰিছে কতৃপক্ষই।

টিক টক তৰফৰ পৰাও কোনো ধৰণৰ প্ৰতিক্ৰিয়া পোৱা নাই। ইয়াৰ পাছতে পাকিসস্তানে টিকটক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Photo Credit: The Indian Express