এই ৰাশিৰ লোকে যাত্ৰা কৰোতে আজি সাৱধান হ’ব! পাবলগীয়া ধন ঘূৰাই পাব এই ৰাশিৰ লোকে, কোন ৰাশিৰ বাবে ভাগ্যত কি আছে, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

0
9034

এই ৰাশিৰ লোকে যাত্ৰা কৰোতে আজি সাৱধান হ’ব! পাবলগীয়া ধন ঘূৰাই পাব এই ৰাশিৰ লোকে, কোন ৰাশিৰ বাবে ভাগ্যত কি আছে, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ- চাকৰি বিচাৰি থকা লোক সকলৰ বাবে দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। শুভ সংখ্যা ৩, শুভ ৰং বগা।

বৃষ- নতুন খবৰে নতুন সুযোগ দিব।পৰিয়ালৰ সৈতে বিবাদ হ’ব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। শুভ সংখ্যা ৫, শুভ ৰং বাদামী।

মিথুন- পৰিকল্পনাৰে কামবোৰ কৰিব।ভ্ৰমনৰ যোগৈ। প্ৰেমত ভাল৷ শুভ সংখ্যা ৪, শুভ ৰং সেউজীয়া।

কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা। ধৈৰ্য ৰাখিব। দাম্পত্যত মধ্যমীয়া। শুভ সংখ্যা ১,শুভ ৰং সোনালী।

সিংহ- পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্তৰ পাৰ হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। হাতলৈ ধন আহিবৰঞ্চ| শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

কন্যা-খৰচৰ মাত্ৰা বাঢ়িব পাৰে। কামত সন্মান পাব। স্বামীৰ স্বাস্থ্যই চিন্তাত পেলাব। শুভ সংখ্যা ৭, শুভ ৰং মেৰুণ।

তুলা- দিনটো ব্যৱসায়ী সকলৰ বাবে অতিকৈ শুভ। চাকৰিয়াল সকলৰ কামৰ হেচা বাঢ়িব। শুভ সংখ্যা ৯, শুভ ৰং গোলপীয়া।

বৃশ্চিক- মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। খং কমাব । শুভ সংখ্যা ২, শুভ ৰং নীলা।

ধনু- দিনটো প্ৰায় ভালে যাব। খৰচ মাত্ৰা বৃদ্ধি পাব ।দুৰ্ঘটনাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা| শুভ সংখ্যা ৩, শুভ ৰং বেঙুনীয়া।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। শুভ সংখ্যা ৪, শুভ ৰং মাখন।

মীন-যদি বিবাহৰ কথা চলি থকা সকলৰ আজি সিদ্ধান্তত উপনীত হ”ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বগা।