32 C
Guwahati
Tuesday, October 12, 2021
More

    তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদলৈ ২০২১ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল

    তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদলৈ ২০২১ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল

    তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদ ক্ৰমে ডেভিদ কাৰ্ড, যচোৱা ডি এংৰিষ্ট আৰু গুইদু ইমবেঞ্চলৈ ২০২১ বৰ্ষৰ ন’বলে বঁটা আগবঢ়োৱা হয়।

    নূন্যতম মজুৰি, প্ৰব্ৰজন আৰু শিক্ষাৰ শ্ৰমিক বজাৰৰ প্ৰভাৱ সম্পৰ্কীয় গৱেষণা কাৰ্য্যৰ বাবেই তিনিওগৰাকী অৰ্থনীতিবিদলৈ চলিত বৰ্ষৰ ন’বেল বঁটা আগবঢ়োৱা হয়।

    ৰয়েল চুইডিছ একাডেমী অফ চায়েন্সে তিনিওগৰাকী অৰ্থনীতিবিদৰ অভিজ্ঞতামূলক কামক উচ্চ প্ৰশংসা কৰে।

    ডেভিড কাৰ্ডে বিশেষভাৱে নিউ জাৰ্ছি আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলত ৰেষ্টুৰেণ্টত কৰ্মৰত শ্ৰমিকৰ নিম্নতম মজুৰি বৃদ্ধিৰ প্ৰভাৱৰ ওফৰত গৱেষণা কৰিছিল।

    ইপিনে, যচোৱা ডি এংৰিষ্ট আৰু গুইদু ইমবেঞ্চে অৰ্থীতি বিজ্ঞানৰ পদ্ধতিগত বিষয় উপস্থাপন সম্পৰ্কীয় গৱেষণা আৰু কাৰ্য্যৰ বাবে ন’বেল পুৰস্কাৰৰ বাবে যোগ্য বিবেচিত হয়।

    আৰু পঢ়ক : এইবাৰ ক্ৰিকেট জুৱাৰীৰ ওপৰত চকু! ক্ৰাইম বাঞ্চৰ জালত হাই প্ৰফাইল ৩ ক্ৰিকেট জুৱাৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং