29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজপথৰ ওপৰত নাচি থকা এম্বুলেঞ্চ দেখি ভয়তে আৰক্ষীক খবৰ, পিছে দৰ্জা খুলি আৰক্ষী হতবাক

    ৰাজপথৰ ওপৰত এখন নাচি থকা এম্বুলেঞ্চ দেখি প্ৰথমে ভয় খাই জনতাই। কিন্তু বহু দেৰিলৈ তেনেকৈয়ে থকাত কিছু সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে সেই নাচি থকা এম্বুলেঞ্চ সন্দৰ্ভত । পিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পিছে দৰ্জা খুলি আৰক্ষী হতবাক।

    একেবাৰে নাক কোচাবলৈ বাকি আৰক্ষীৰ। এই ঘটনা উত্তৰ প্ৰদেসৰ বাৰাণসীৰ। য’ত কৰণা ৰোগী কঢ়িয়াবৰ বাবে এম্বুলেঞ্চৰ অভাৱ, তেনে এক ঠাইত সমুখলৈ আহিছে এক অতিকে লজ্জাজনক ঘটনা। এম্বুলেঞ্চৰ ভিতৰৰ পৰা আটক তিনি যুৱত সহ এগাৰকী যুৱতী।

    এম্বুলেঞ্চৰ ভিতৰত যৌন অভিষাৰত লিপ্ত আছিল তিনি যুৱক সহ এগৰাকী যুৱতী। তাক ৰাজপথৰ ওপৰত ই এম্বুলেঞ্চ খন ৰখাই এনে লজ্জাজনক কাণ্ড কৰি আছিল চাৰিও।

    প্ৰথমে বাটৰুৱাই এনেদৰে এম্বুলেঞ্চ এখন ৰাজপথত দেখি ভয় খাইছিল। কিন্তু পিছত বহু দেৰিলৈ তেনেদৰে থকাত কিছু সন্দেব উপজে আৰু আৰক্ষীক খবৰ দিয়ে।

    বৰ্তমানে আৰক্ষীয়ে তিনিও যুৱক আৰু যুৱতীগৰাকীক আটক কৰাৰ লগতে এম্বুলেঞ্চখনো জব্দ কৰিছে। আৰক্ষীয়ে যুৱক-যুৱতীৰ ওপৰত ৰাজহুৱা স্থানত অশ্লীল কামত জড়িত থকাৰ অপৰাধত গোচৰ ৰুজু কৰিছে।

    আৰু পঢ়ক : ক’ভিড পৰিস্থিতিৰ ওপৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং