শিশু অভিনেত্ৰীৰ পৰা মুখ্য অভিনেত্ৰী হোৱালৈ, পাছত দক্ষিণৰ ছুপাৰষ্টাৰৰ সৈতে বিবাহ হৈ বৰ্তমানে কন্যাইয়ো আধিপত্য বিস্তাৰ কৰিছে ছবিজগতত

0
173

শিশু অভিনেত্ৰীৰ পৰা মুখ্য অভিনেত্ৰী হোৱালৈ, পাছত দক্ষিণৰ ছুপাৰষ্টাৰৰ সৈতে বিবাহ হৈ বৰ্তমানে কন্যাইয়ো আধিপত্য বিস্তাৰ কৰিছে ছবিজগতত

ফটোখনত দেখা মৰমলগা কনমানিজনী এটা সময়ত বহুতো চলচ্চিত্ৰত শিশু শিল্পী হিচাপে কাম কৰিছে। ডাঙৰ হোৱাৰ পাছতো, নায়িকা হিচাপে বহুতো চলচ্চিত্ৰত অভিনয় কৰিছিল।

দক্ষিণ আৰু বলীউডৰ বহুতো হিট ছবিত নিজৰ অভিনয়ৰ দক্ষতা দেখুৱাইছে। পাছলৈ এগৰাকী দক্ষিণৰ চুপাৰষ্টাৰক বিয়া কৰাই।

বৰ্তমানে দুগৰাকী কন্যা সন্তানৰ মাতৃ, আৰু দুয়োগৰাকী কন্যাই বৰ্তমানে ছবিজগতত শীৰ্ষ অভিনেত্ৰী।

এই অভিনেত্ৰীগৰাকী হৈছে চাৰিকা। দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানৰ পত্নী। লগতে দুই কন্যা হৈছে শ্ৰুতি হাছান আৰু অক্ষৰা।

১৯৬০ চনৰ ৫ ডিচেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা চাৰিকাই সৰুৰে পৰা চলচ্চিত্ৰত কাম কৰিবলৈ আৰম্ভ কৰে। চাৰিকাৰ সম্পূৰ্ণ নাম হৈছে চাৰিকা ঠাকুৰ।