26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চিনি পাইছেনে এইগৰাকী তাৰকাক, ভালদৰে লক্ষ্য কৰক.. হলীউড নহয়, বলীউডৰ হে তাৰকা এওঁ

    চিনি পাইছেনে এইগৰাকী তাৰকাক, ভালদৰে লক্ষ্য কৰক.. হলীউড নহয়, বলীউডৰ হে তাৰকা এওঁ

    তাৰকা সকলে প্ৰায়ে নিজৰ লুক সলনি কৰি থাকে। কেতিয়াবা ছবিৰ চৰিত্ৰ অনুসৰি সলনি কৰে যদি কেতিয়াবা নিজৰ মন পছন্দ মতে লুক সলনি কৰে।

    এইবাৰ লুক সলনি কৰিলে অৰ্জুন ৰামপালে। একেবাৰে বল্ড লুক লয় অভিনেতা গৰাকীয়ে। যাৰ বাবে সহজে চিনিবই পৰা হোৱা নাই। বৃহস্পতিবাৰে আলীম হাকিমৰ পাৰ্লাৰত নিজৰ নতুন লুক সলনি কৰে অৰ্জুন ৰামপালে।

    অৱশ্যে এই নতুন লুক অভিনেতাগৰাকীৰ আহিব লগীয়া নতুন ছবি ‘ধাকড়’ৰ বাবে লৈছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগেও ফটো শ্বেয়াৰিং কৰিছে অৰ্জুনে।

    আৰু পঢ়ক : বিধানসভাত হাত কাটি প্ৰতিবাদ কৰা ৰূপজ্যোতি কুৰ্মীৰ স্থিতি কি হ’ব বিজেপিত?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং