21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আপোনালোকে ঘৰত বাহী মাংস গৰম কৰি খায় নেকি? তেন্তে সাৱধান হওক

    আপোনালোকে ঘৰত বাহী খাদ্য খোৱাৰ অভ্যাস আছে নেকি? সাধাৰণতে প্ৰায়বোৰ ঘৰত ই বাহী খাদ্য খোৱা দেখা যায়।

    বিশেষকৈ আগদিনা ৰাতিৰ মাংস পুৱা বাহী হ’লে খোৱাৰ আমেজেই বেলেগ। বাহী ভাজিও বহুসংখ্যক লোকে গৰম কৰি খায়।

    কিন্তু বাহী খাদ্য খাওঁতে আজিৰ পৰা সাৱধান হওক।

    বাহী মাংস গৰম খালে মাংসত থকা প্ৰ’টিনৰ পৰিমান সলনি হৈ যায়। ফলত আপোনাৰ পাচন প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

    পালেং শাকৰ আঞ্জা অথবা ভাজি দ্বিতীয়বাৰ গৰম কৰি নাখাব। এনেদৰে খালে কৰ্কট ৰোগত ভুগিব পাৰে।

    কণী দ্বিতীয়বাৰ গৰম কৰি নাখাব। । কমীত অতিমাত্ৰা প্ৰ’টিন থাকে। ফলত এই প্ৰ’টিসমূহ বিষাক্ত হৈ যায়।

    আলু থকা ভাজি বা আঞ্জা গৰম কৰি নাখাব। আলুত থকা প্ৰয়োজনীয় পুষ্টি গৰম কৰিলে বিষাক্ত হৈ পাচন প্ৰক্ৰিয়াত পাৰ্শক্ৰিয়া কৰিব পাৰে।

    আৰু পঢ়ক : জঘন্য ঘটনাঃ পিতৃয়ে ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে কন্যাক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    <