23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিচাৰ জালত মাতৃয়ে ১৯ মহীয়া সন্তানক গৰম পানীত ডুবাই কৰিলে হত্যা

    নিচাৰ জালত মাতৃয়ে ১৯ মহীয়া সন্তানক গৰম পানীত ডুবাই কৰিলে হত্যা : এগৰাকী নিষ্ঠুৰ মাতৃৰ হত্যাই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে । মাতৃয়ে সন্তানক হত্যা কৰা ঘটনাই সকলোকে আচৰিত কৰিছে।

    ইংলেণ্ডৰ নটিংহমছায়াৰত সংঘটিত হৈছে অতি শিহৰণকাৰী এক ঘটনা। নিচাৰ জালত নিজৰ ১৯ মহীয়া সন্তানক গৰম পানীত ডুবাই হত্যা কৰা ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১ঘন্টা চটফটাই অৱশেষত প্ৰাণ গ’ল শিশুটিৰ।

    ৰাষ্ট্ৰীয় সংবাদ মাধ্যম অনুসৰি দোষী মাতৃ গৰাকী হৈছে ২৬ বছৰীয়া কেটি ক্ৰাউডাৰ। এই ঘটনা সংঘটিত কৰাৰ সময়ত মাতৃগৰাকী ককেইনৰ নিচাত আছিল। এই কাণ্ডত আদালতে এই ঘটনাক মানৱ সমাজত লজ্জিত কৰা ঘটনা বুলি মন্তব্য কৰাৰ লগতে যাব্বজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

    আৰু পঢ়ক : ঘৰৰ পৰা বাহিৰলৈ ওলাওতে সাৱধান! ৫ জানুৱাৰীলৈকে পুনৰ কাৰ্যকৰী হ’ল নৈশ কাৰ্ফিউ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং