28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ইজৰাইল-পেলেষ্টাইনৰ সংঘৰ্ষৰ ভয়ংকৰ ৰূপ, ৬৫লৈ বৃদ্ধি মৃতকৰ সংখ্যা

    ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘৰ্ষই। বৰ্তমানলৈ গাজাত মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ইজৰাইলত ৭জনৰ মৃত্যু।

    অল জাজীৰাই জনোৱা অনুসৰি, গাজাতেই সকলোতকৈ অধিক বোমা বৰ্ষণ হৈছে। লগতে পৰিস্থিতিয়ো গাজাতেই সকলোতকৈ অধিক জৰ্জৰিত।

    গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি বৰ্তমানলৈ ১৬ শিশুৰ মৃত্যু হৈছে লগতে ৫ গৰাকী মহিলা, অন্য সকল পুৰুষ। ইয়াৰ বাহিৰে ৩৬৫ লোক গুৰুতৰভাৱে আহত। ইয়াৰে ভিতৰত ৮৬ শিশু আৰু ৩৯ মহিলা।

    পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে ঢাল খোৱাৰ সম্ভাৱনাই দেখা দিছে।

    আৰু পঢ়ক : কভিডৰ বাবে মন্ত্ৰীসকলক ভগাই দিয়া হ’ল জিলাভিত্তিক দায়িত্ব, ৰাখিব লাগিব প্ৰতিটো খবৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং