
অনুৰাগীক লগ কৰাৰ বাবে ৰখিবলৈ লওতে মুখ্যমন্ত্ৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্থ।
সৃজনগ্ৰাম ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ দৰ্শন কৰি উভতি অহা পথতে দুখন কনভয়ৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটোৰ।
উল্লেখযোগ্য যে দুৰ্ঘটনাটোৰত বাহন ক্ষতিগ্ৰস্ত হয় যদিও আঘাতপ্ৰাপ্ত হোৱা নাই কোনো লোক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰাগীক লগ কৰাৰ বাবে ৰাখিবলৈ লওতে সংঘটিত হয় দূৰ্ঘটনা।
INPUT: কুমাৰ ৰাহুল দাস