25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ টীয়কৰ এছ বি আই শাখা

    আজি বুধবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ টীয়কৰ এছ বি আই বেংক শাখা। লগতে বন্ধ বেংক টোৰ কাষতে থকা এটিএম।

    আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ টীয়ক এছ বি আই বন্ধৰ নিৰ্দেশনা জাৰি। অনিৰ্দিষ্টকালীন ভাৱে বন্ধ থাকিব এই শাখা।

    কৰণাৰ গ্ৰাসত পৰিছে টীয়কৰ এছ বি আই। কেইবাজনো কৰ্মচাৰীৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰা পিছতে জনসাধাৰণৰ সুৰক্ষৰ বাবে এই সিদ্ধান্ত টিয়ক প্ৰসাশনৰ।

    লগতে বন্ধ থাকিব কাষতে থকা এটিএম E cornerটো।

    আজি বুধবাৰ ৫ আগষ্টৰ পৰা বলবৎ হৈছে এই নিৰ্দেশনা।

    বহু গ্ৰাহক থকা এই শাখাত কেইবাজনো কভিড পজিটিভ পোৱাত সক্ৰমণ ৰক্ষাৰ বাবেই এই সিদ্ধান্ত ৷

    পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই বন্ধ।

    Photo Credit: @bhaskorjyotiborah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং