32 C
Guwahati
Sunday, September 19, 2021
More

    মন্দিৰৰ পৰাই চুৰি কৰি লৈ গ’ল বিভিন্ন আ-অলংকাৰৰ লগতে আন সা-সামগ্ৰী

    মন্দিৰৰ পৰাই চুৰি কৰি লৈ গ’ল বিভিন্ন আ-অলংকাৰৰ লগতে আন সা-সামগ্ৰী : অপৰাধ জগতৰ ৰম্যভূমিত পৰিণত হৈছে বিলাসীপাৰা চহৰ | আৰক্ষীৰ নিষ্ক্ৰিয় ভুমিকাৰ সুযোগ গ্ৰহণ কৰি চোৰ ডকাইতে সঘনাই চলাই আহিছে চুৰি ডকাইতিৰ কাণ্ড |

    বিগত এটা মাহত অকল বিলাসীপাৰা চহৰতে সংঘটিত হৈছে কেবাটাও কৈ ডকাইতি কাণ্ডৰ | তেনে সময়তে পুনৰ নিশা সংঘটিত হয় ধৰ্মীয় স্থানত চুৰি কাণ্ড |
    নিশা চহৰ খনৰ ৮ নম্বৰ ৱাৰ্ড ভৈৰৱগঞ্জ কালী মন্দিৰত চোৰে চলাই ছাফাই অভিযান | মন্দিৰৰ পৰাই দুৱাৰ ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰি মন্দিৰৰ বিভিন্ন সা সামগ্ৰীৰ লগতে চোৰে চুৰি কৰি নিলে কালী মাতাৰ সোণ ৰূপৰ আ অলংকাৰ

    ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনা সন্দৰ্ভত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই |

    আৰু পঢ়ক : হোজাই জিলাৰ লংকাত জব্দ কেইবাখনো কয়লা ভৰ্তি গাড়ী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং