কামনা চৰিতাৰ্থ ন’হল এজন শিক্ষকৰ, হাতে লোটে ধৰা পৰিল ৰাইজৰ হাতত

ৰাইজে হাতেলোটে ধৰা পেলায় ৫০ উৰ্দ্ধৰ ত্ৰিপুৰাৰ গংগানগৰ স্কুলৰ শিক্ষক নূৰুল ইছলামক

0
2775
Photo Credit: Time8
Photo Credit: Time8

অপকৰ্ম কৰিব ধৰোতেই হাতে লোটে ধৰা পৰিল এগৰাকী শিক্ষক। শিক্ষাৰ যেন মানেই হেৰুৱাই পেলাইছে এই সকল শিক্ষকে।

এইবাৰ ত্ৰিপুৰাৰ ধৰ্মনগৰ মহকুমাৰ অন্তৰ্গত গংগানগৰ স্কুলৰ শিক্ষক নূৰুল ইছলামে অপমান কৰিলে শিক্ষকতাৰ দৰে পৱিত্ৰ সন্মানক।

Video Credit: Time8

এজনী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা কৰে শিক্ষক নূৰুল ইছলামে। কিন্তু স্থানীয় ৰাইজে হাতেলোটে ধৰা পেলায় ৫০ উৰ্দ্ধৰ সেই পাষণ্ডক । পিছত ক্ষুদ্ধ জনতাই পাষণ্ড নূৰুল ইছলামক উত্তম-মাধ্যম শোধাই গতাই দিয়ে আৰক্ষীক।