18 C
Guwahati
Thursday, January 27, 2022
More

    বিয়াৰ প্ৰলোভন দি একাদশ শ্ৰেণীৰ ছাত্ৰীৰ লগত শিক্ষকে কৰিছিল যৌন নিৰ্যাতন

    গুজৰাটৰ শিক্ষকতাৰ বৃত্তিৰ ওপৰত পুনৰ কালিমা সানিলে লম্পট শিক্ষকে। এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলাই আছিল শিক্ষকে।

    কিন্তু বিয়াৰ সময়ত ২৭ বছৰীয়া লম্পট শিক্ষকে বেলেগৰ লগত বিবাহপাশত আৱদ্ধ হ’লৈ লওঁতেই হুৱা-দুৱা লাগে। মযুৰ ৰাণা নামৰ লম্পটটোৰ গণিতৰ শিক্ষক আছিল।

    ছাত্ৰীগৰাকীৰ অভিযোগত ভিত্তিত ময়ুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পকছো আইৰ অধীনত আৰক্ষীয়ে সোমাবাৰে গ্ৰেপ্তাৰ কৰি ময়ুৰক সোধ পোছ অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ প্ৰত্যাহাৰ কৰাৰ দাবীত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং